ঋণঋণ-চোৰা

ঋণপত্ৰ (Assamese) [ Roman: rin.po.tro]
Contributed by: Partha P Sarmah on 2008-08-20
1. (Material Noun-Neuter) a small plastic card issued by a bank which people can use for buying things or services without using his own cash.The bank initially pays the amount to the seller/service provider. The user has to return the amount to the bank with some interests. বেংকে গ্ৰাহকক দিয়া কম্পিউটাৰে পঢ়িব পৰা প্লাষ্টিকৰ সৰু কাৰ্ড৷ গ্ৰাহকে ইয়াৰ সহায়ত নিজৰ ধন নোহোৱাকৈ বস্তু বা সেৱা কিনিব পাৰে৷ প্ৰথমে এই মূল্য বেংকে বিক্ৰেতাক দিয়ে৷ কিছু সুতৰ সৈতে গ্ৰাহকে এই ধন বেংকক পৰিশোধ কৰিব লাগে৷

ঋণ পত্ৰ (Assamese) [ Roman: rin pot.ro]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-08-11
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Material Noun-Neuter) a certificate issued by a company acknowledging that it has borrowed money on which interest is being paid. যৌথ মূলধনী কোম্পানীয়ে পাওনাদাৰক দিয়া ঋণ স্বীকাৰ-পত্ৰ ।